GK for Assam Police Exam - Assam Gk MCQ Part 2
Below are given top 15 most important MCQs with answers for Assam Competitive Exam (Assam Police Constable, Ab-Ub, Assam Police APRO, Assam Police SI, Assam PSC, APDCL, PNRD etc.)
PART - 2
Q1. The Jackfruit is the national fruit of ‘কঁঠাল' কোন দেশৰ ৰাষ্ট্ৰীয় ফল?
-
(a) India
(b) Nepal
(c) Bangladesh
(d) Bhutan
Q2. Jim Corbett National Park is famous for? জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত?
Q3. Oldest National Park of Assam is অসমৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান হৈছে
Q4. What was the fourth Capital of the Ahom Kingdom? আহোম সম্ৰাজ্যৰ চতুৰ্থ ৰাজধানী আছিল
-
(a
(b
(c
(d
Q5. Gauhati University was established in the year গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?
Q6. Which country is called Dragon Country ‘ড্ৰেগন দেশ' কোনখন দেশক কোৱা হয়?
Q7. Where is the Victoria Memorial located? ভিক্টোৰিয়া মেমৰীয়াল কত আছে?
Q8. Which state is smallest in North East India? উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কি?
Q9. What is the capital of Nagaland? নাগালেণ্ডৰ ৰাজধানী কি?
Q10. Who was last Deputy PM of India? ভাৰতৰ শেষ উপ প্ৰধানমন্ত্ৰী কোন আছিল?
Q11. What is the Capital of Tibet? তিব্বতৰ ৰাজধানী কি?
Q12. The largest producer of tea in the world is পৃথিৱীৰ ভিতৰত আটাইতকৈ চাহ উৎপাদনকাৰী দেশখন হৈছে
Q13. What is the name of border line between Pakistan and Afghanistan? পাকিস্তান আৰু আফগানিস্তানৰ সীমাৰেখাৰ নাম কি?
Q14. What is the heaviest organ in the human body? মানৱ দেহৰ আটাইতকৈ গধূৰ অঙ্গটোৰ নাম কি?
Q15. Which one is first Assamese color film? প্ৰথম অসমীয়া ৰঙীন বোলছবি হৈছে